সম্পাদকীয়

ৰুপম চেতীয়া বড়া

person holding red pencil writing on white paper
person holding red pencil writing on white paper

মনযায়....হয় নে !

এদিন এই মহানগৰত বাস কৰা আমি সকলোৱে লগ হৈ বিহু বুলি কিবা এটা কৰিবলৈ মন গল, আৰু আৰম্ভ হল মনযায় বসন্ত উৎসৱৰ I আৰু এনেকৈয়ে এইবাৰ মোৰ মন গল ‘মনযায়’ৰ এই সুমধুৰ স্মৃতিবোৰ ধৰি ৰাখিবলৈ আমিছোন এখনি স্মৰণিকা প্ৰকাশ কৰি উলিয়াব পাৰোঁ….তেনেদৰে প্ৰস্তাৱ আগবঢ়োৱাত সকলোৱে সহাঁৰি জনালে আৰু এই দায়িত্বভাৰ ও আমুকাৰ ওপৰতে দিলে।

এই চেগতে কণ-কণ মইনাহঁতকে ধৰি লেখা আগবঢ়োৱা সকলোলৈকে আন্তৰিক ধন্যবাদ যাচিলোঁ।

-২৮ বহাগ, ১৯৪৬ শক