বিহু কবিতা

চাৰলিন চেতিয়া

বিহু বিহু তিনিটি বিহু ,

বহাগ বিহু -ৰঙালী বিহু ,

মাঘ বিহু -ভোগালী বিহু ,

কাতি বিহু- কঙলী বিহু,

বিহু দিনা মানুহে ডাঙৰক সেৱা কৰে,

পিঠা জলপান আৰু তামোল কাতি খায়,

বিহুত লৰাবোৰে ঢোল পেঁপা বজাই হুঁ চৰি গায়,

ছোৱালীবোৰে নাছে আৰু পিঠা বনায় ।

শ্ৰীমতী চাৰলিন লিট্‌ ল ফ্লাৱাৰ স্কু লৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী আৰু মনযায় পৰিয়ালৰ ৰূপম আৰু প্ৰণামিৰ দুহিতা I